‘পূজাৰ বতৰত যিমান সম্ভৱ সুৰাপান কৰিব নালাগে; যদি খায়ো কমকে খাওক যাতে মানুহে গম নাপায়, অলপ খাই ঘৰত গৈ শুই থাকিলেই হ’ল’- সুৰাপায়ীসকলক পৰামৰ্শ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
মাজত মাথো এটা দিন শাৰদীয় দুৰ্গোৎসৱক (Durga Puja) লৈ। ইতিমধ্যে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত। ৰাজ্যৰ প্ৰতিখন জিলাতে ...
Read more