খুবেই মৰ্মান্তিক! ৭ বছৰীয়া কন্যাক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃয়ে; বনৰীয়া হাতীয়ে খেদি আহিছিল কন্যা আৰু পিতৃক, পিছত পিতৃয়ে কন্যাক ঘৰলৈ ঠেলি দি নিজে হাতীৰ গচকত মৃত্যুক সাৱটিলে
নিশা মৰিয়নী (Mariani) নগা পথাৰত খুবেই মৰ্মান্তিক ঘটনা (Tragic Incident) সংঘটিত হয়। ৭ বছৰীয়া কন্যাক বচাবলৈ গৈ বনৰীয়া হাতীৰ আক্ৰমণত ...
Read more