Saturday, February 22, 2025

Tag: North East

নাৰীৰ মাজত সুৰা সেৱনত দেশৰ ভিতৰতে শীৰ্ষত অৰুণাচল, দ্বিতীয় স্থানত ছিকিম আৰু তৃতীয় স্থানত আছে অসম; পুৰুষৰ ক্ষেত্ৰত নাই অসমৰ স্থান

সম্প্ৰতি প্ৰকাশ পোৱা ২০১৯–২০২১বৰ্ষৰ National Health and Family Survey-5ত সুৰাপান সম্বন্ধীয় কেতবোৰ তথ্য পোহৰলৈ আহিছে। তথ্য অনুসৰি, ১৫ৰ পৰা ৪৯বছৰৰ ...

Read more

এখন, দুখন নহয়, মুঠ ৬৫খন সোণৰ বিস্কুট জব্দ; প্ৰায় ৫.৭৬ কোটি টকা মূল্যৰ সোণৰ বিস্কুটকেইখন, কাপোৰৰ বেগৰ ভিতৰত ভৰাই আনিছিল বিস্কুটকেইখন

কেইবাকোটি টকা মূল্যৰ সোণৰ বিস্কুটসহ (Gold Biscuits) ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Imphal International Airport) গ্ৰেপ্তাৰ এজন লোক (One Man Arrest)। ইম্ফলৰ ...

Read more

চিত্ৰশিল্পী নীলিম মহন্তক (Nilim Mahanta Arrest) গ্ৰেপ্তাৰ; নদী বান্ধ বিৰোধী ‘NO MORE DAMS’ শ্লোগান লিখি গ্ৰেপ্তাৰ হ’ল অসমৰ জনপ্ৰিয় চিত্ৰশিল্পীগৰাকী

“NO MORE DAMS”, নদী বান্ধৰ বিৰোধিতাৰে দেৱাল অংকনৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ চিত্ৰশিল্পী নীলিম মহন্ত (Famous Graffiti Artist Nilim Mahanta Arrest)। ...

Read more

বৃহৎ চুৰি চক্ৰ! ১৩খন বাইক, ১৮খন স্কুটী, ২৬টা গেছ চিলিণ্ডাৰ, ১১টা মোবাইল, ৪২টা গাড়ীৰ বেটাৰী, ৩৩৪.৫ কেজি কোপাৰ তাঁৰ আৰু বহুতো বস্তু জব্দ কৰে আৰক্ষীয়ে

অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) ৰাজধানী ইটানগৰত (Itanagar Police) আৰক্ষীৰ জালত পৰিল এটা বৃহৎ চুৰি চক্ৰ। ৰাজধানী আৰক্ষীয়ে অভিযান চলাই এই ...

Read more

আজৱ! দেখিছেনে কেতিয়াবা? ২টা মূৰ আৰু ৪টা চকুৰে জন্ম হোৱা গৰু পোৱালি!

২টা মূৰ ৪টা চকুৰে সৈতে জন্ম হোৱা এটা গৰু পোৱালি (Cow Infant) কেতিয়াবা দেখিছেনে? বিৰল দৃশ্য, যি দৃশ্য দেখি আচৰিত ...

Read more

কৰুণ দুৰ্ঘটনা; ফ’কলেণ্ডেৰে কাম কৰি থাকোতে পাহাৰৰ এটা অংশ খহি পৰি মৃত্যুক সাৱটিলে মিণ্টুল ডেকা নামৰ যুৱকজনে

নাগালেণ্ডত (Nagaland) কৰ্মৰত ৰঙিয়াৰ (Rangia) যুৱকৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু (Death)। নাগালেণ্ডৰ জিৰোত (Zero) সংঘটিত এই ঘটনা। হঠাৎ পাহাৰৰ ...

Read more

২০২১ত উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক কণ্ডম (Condom) বিক্ৰী হৈছে গুৱাহাটীত; কণ্ডম বিচৰা অধিকাংশই যুৱচামৰ

২০২১ চনত উত্তৰ-পূৰ্বাঞ্চলৰ (North East) ৰাজ্যসমূহৰ ভিতৰত গুৱাহাটীত (Guwahati) সৰ্বাধিক সংখ্যক কণ্ডম (Condom) বিক্ৰী (Sell) হৈছে। এটা জনপ্ৰিয় কনডম কোম্পানীৰ ...

Read more

কি যে হ’ব! নিচাৰ কোবত ধৰিবয়ে নোৱাৰিলে; ভুলতে সুৰা বুলি খাই দিলে এচিড; মৃত্যুক সাৱটিলে ৩জনে

নতুন বছৰক আদৰাৰ প্ৰস্তুতি চলিছে সমগ্ৰ দেশতে। ইয়াৰ মাজতে বিভিন্ন স্থানৰ পৰা বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহি আছে। ত্ৰিপুৰাৰ (Tripura) ...

Read more
Page 3 of 4 1 2 3 4

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist