Ek Phool Do Mali! ত্ৰিকোণীয় প্ৰেমৰ (Love Triangle) ভয়ংকৰ পৰিণতি; ২ যুৱকৰ সৈতে প্ৰেম; তাৰ পিছত তাৰে এজন প্ৰেমিকে প্ৰেমিকাক কৰিলে হত্যা, এতিয়া হত্যাকাৰী প্ৰেমিকক বিচাৰি হাহাকাৰ
উত্তৰ গুৱাহাটীৰ (North Guwahati) ভেটামুখ নয়নপাৰাত সংঘটিত হৈছে এক নৃশংস হত্য়াকাণ্ডৰ (Murder case) ঘটনা। এগৰাকী যুৱতীক কোঠাৰ ভিতৰতে নৃশংসভাৱে হত্যা ...
Read more