কিমাননো সহ্য কৰিব! সুৰাৰ নিচাত পুত্ৰই দাৰে আক্ৰমণ কৰিছিল পিতৃক; নিজৰ প্ৰাণ বচাবলৈ পিতৃয়ে সেইখন দাৰে ঘপিয়াই ঘপিয়াই হত্যা (Murder) কৰে পুত্ৰক, সুৰাপান কৰি পৰিয়ালটোক প্ৰায়ে অত্যাচাৰ চলাইছিল মৃত পুত্ৰই
নগাঁও জিলাৰ (Nagaon District) বৰকʼলাত (Borkala) বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা (Horrific Murder Case)। পুত্ৰৰ অত্যাচাৰ সহিব ...
Read more