এফালে মানুহে মানুহৰ মাজত খোৱা-কামোৰা; আনফালে দুই প্ৰজাতিৰ জন্তুৰ মাজত মৰম-ভালপোৱা, বাক্সাত বান্দৰে কুকুৰৰ গাখীৰ খোৱা Video ভাইৰেল
বাক্সাত (Baksa) গাখীৰ খোৱা (Milk Feeding) বান্দৰক লৈ চাঞ্চল্য। ভিডিঅ’ ভাইৰেল (Viral Video) হৈ পৰিছে ছচিয়েল মিডিয়াত। বাক্সা জিলাৰ গোৰেশ্বৰত ...
Read more