হতাশা নে আত্মবিশ্বাসৰ অভাৱ! মেট্ৰিকৰ ৰিজাল্টৰ এদিন আগতে আত্মহত্যা (Suicide) কৰিলে এজন ছাত্ৰই; মাতৃ-পিতৃলৈ লিখি থৈ গ’ল ছুইচাইড নোট- ‘মা-দেউতা তোমালোক ভালদৰে থাকিবা তোমালোকে যিটো বিচাৰিছা সেইটো মই দিব নোৱাৰিম তাৰ বাবে ক্ষমা বিচাৰিছোঁ’
আজি পুৱা ১০ বজাত অনলাইনযোগে ঘোষণা কৰিছে মেট্ৰিক-হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল (Hslc And High Madrassa Exam Result)। এই ফলাফলে কাৰোবাক ...
Read more