নিয়তিৰ নিষ্ঠুৰ পৰিহাস! স্কুলৰ পৰা ঘৰলৈ নিবলৈ আহিছিল জীয়েকক; কিন্তু আদবাটতে চলন্ত ৰে’লে কাটি থৈ গ’ল পিতৃক, স্কুলতে বহু সময় ধৰি পিতৃলৈ ৰৈ থাকিল কণমানিটি
ডিব্ৰুগড়ত (Dibrugarh) সংঘটিত হৈছে এক খুবেই কৰুণ ঘটনা (Tragic Incident)। বৃহস্পতিবাৰে এখন দ্ৰুতবেগী ৰে'লৰ খুন্দাত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় ...
Read more