ওড়িশাৰ বালি শিল্পী পদ্মশ্ৰী সুদৰ্শন পাটনায়কে কৰ্ণাটকৰ বিজাপুৰত নেমুৰে নিৰ্মাণ কৰে মা দুৰ্গাৰ ভাস্কৰ্য।
দুৰ্গা পূজা সমাগত ৷ যেনিয়েই চাই তেনিয়েই পূজা-অৰ্চনা, চাকি-বন্তি, পোহৰ, বেলুন ইত্যাদি ৷ আৰু মাত্ৰ কেইদিনমানৰ পিচতে সকলোৱে উৎকণ্ঠাৰে বাট চাই ...
Read more