নাম-কাচম আলী, আছে দুগৰাকী পত্নী; কাম-অন্য যুৱতী-বোৱাৰীক কৰে প্ৰেম, দিয়ে বিয়াৰ প্ৰতিশ্ৰতি, তাৰ পিছত যুৱতীক কৰে লাখ টকাত বিক্ৰী, এতিয়া ঠিকনা- জেল, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…
ঢেকীয়াজুলিৰ (Dhekiajuli) কাচম আলীৰ ক’লা অধ্যায় ৷ বহু কেইগৰাকী জীয়ৰী-বোৱাৰীৰ কৰিলে জীৱন ধ্বংস। বহিঃৰাজ্যত ১ লাখ ২০ হাজাৰত বিক্ৰি কৰা ...
Read more