Tag: Laluk Police

ক’ৰবাত দেখিছে নেকি? যদি দেখিছে খবৰ দিয়ক আৰু লাভ কৰক ৫০ হাজাৰ টকাৰ পুৰস্কাৰ; ১২ দিনে সন্ধানহীন ২ বছৰীয়া কণমানিসহ এইগৰাকী বোৱাৰী! সন্ধান পালে এই দুটা নম্বৰত যোগাযোগ কৰাৰ অনুৰোধ পৰিয়ালৰ

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে লখিমপুৰৰ (Lakhimpur) নাওবৈচাত (Nowboicha)। দুবছৰীয়া কন্যাসহ কেইবাদিনো ধৰি সন্ধানহীন এগৰাকী মাতৃ (Missing Mother And Daughter)। ...

Read more

নৃশংস! পত্নীয়ে কুঠাৰেৰে ঘপিয়াই-ঘপিয়াই হত্যা (Murder) কৰে স্বামীক; দিনে-নিশাই সুৰাপান কৰি দা-কুঠাৰ লৈ স্বামীয়ে কৰিছিল অত্যাচাৰ, তাৰ পিছৰ পৰিণতি এয়া…সহ্যৰ সীমা পাৰ

লখিমপুৰ জিলাৰ (Lakhimpur District) ফুলবাৰীৰ (Phulbari) বাঁহবাৰীত সংঘটিত হৈছে গাৰ নোম শিঁয়ৰি উঠা এক নৃশংস হত্যাকাণ্ড (Murder Case)। পত্নীয়ে কুঠাৰেৰে ...

Read more

প্ৰথমে চুমা, তাৰ পিছত গোটেই পৰিৱেশ গোমা! মৌলবী ছাৰে ঘৰত পঢ়াবলৈ গৈছিল ছাত্ৰীক; পঢ়োৱাৰ চলেৰে ছাত্ৰীক খাবলৈ ওলাইছিল চুমা, তাৰ পিছত ইছলামক ছাৰক চৰ, ঘোচা..চাওক VIDEO

শিক্ষক–শিক্ষাৰ্থীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে এজন শিক্ষকে। ছাত্ৰীক চুমা (Kiss) খাবলৈ গৈ হাতে-লোটে ধৰা পৰিল এজন শিক্ষক। এই কুকাণ্ড সংঘটিত ...

Read more

ভয়ংকৰ পথ দুৰ্ঘটনা; ৰখাই থোৱা ট্ৰাকত খুন্দা বাইকৰ, থিতাতে নিহত বাইক আৰোহী জীৱন বীমা নিগমৰ কৰ্মচাৰী শিশুৰাম আৰু শিক্ষক মানিক

লালুক থানাৰ (Laluk Police) অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডুবিত শুকুৰবাৰে সন্ধিয়া সংঘটিত পথ দুৰ্ঘটনাত (Road Accident) দুই বাইক আৰোহী থিতাতে ...

Read more

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist