Saturday, December 6, 2025

Tag: Khobor

খুবেই কৰুণ! গা ধুবলৈ যোৱাই যেন হৈ পৰিল কাল; কেইবাজনো বন্ধু একেলগে গা ধুবলৈ গৈছিল পুখুৰীত, কিন্তু সাঁতুৰিব নজনাৰ বাবে কল্যাণ আৰু উমাচৰণে হেৰুৱালে প্ৰাণ

এক কৰুণ ঘটনা (Tragic Incident) সংঘটিত হৈছে অভয়াপুৰীৰ (Abhayapuri) শাকোমুৰাত। পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে দুই নৱম শ্ৰেণীৰ ছাত্ৰ ...

Read more

ক’ৰবাত দেখিছে নেকি? যদি দেখিছে খবৰ দিয়ক আৰু লাভ কৰক ৫০ হাজাৰ টকাৰ পুৰস্কাৰ; ১২ দিনে সন্ধানহীন ২ বছৰীয়া কণমানিসহ এইগৰাকী বোৱাৰী! সন্ধান পালে এই দুটা নম্বৰত যোগাযোগ কৰাৰ অনুৰোধ পৰিয়ালৰ

এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে লখিমপুৰৰ (Lakhimpur) নাওবৈচাত (Nowboicha)। দুবছৰীয়া কন্যাসহ কেইবাদিনো ধৰি সন্ধানহীন এগৰাকী মাতৃ (Missing Mother And Daughter)। ...

Read more

এটা ভাল খবৰ! ‘জোনবাই’ৰ এখন ফটোৰে International Moon Day Photography প্ৰতিযোগিতাত শীৰ্ষ স্থান দখল অসমৰ গৌতম ডেকাৰ

অসমলৈ কঢ়িয়াই আনিছে এটা ভালখবৰ (Good News)। জোনবাইৰ ফটো তুলি (MoonShots) আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোকচিত্ৰ প্ৰতিযোগিতাত উজ্বলি উঠিল অসমৰ এজন যুৱক। ...

Read more

পেট্ৰ’ল মেইন নহয়, বহুত মেইন! বন্ধু বহুত পিছত; বন্ধুৱে প্ৰাণ ল’লে বন্ধুৰ (Murder), কাৰণ কেৱল পেট্ৰ’ল…সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ

বন্ধুৰ হাতত প্ৰাণ হেৰুৱালে বন্ধুৱে (Friend Killed Friend)। মুকুন্দ সুত্ৰধৰৰ চুৰিকাঘাতত প্ৰাণ গ'ল (Murder Case) বন্ধু অজয় নাথৰ। এই ভয়ংকৰ ...

Read more

ভয়ংকৰ! মাজৰাস্তাতে জ্বলি উঠিল ১০৮ মৃত্যুঞ্জয় বাহন; সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা বাহনখনৰ ভিতৰত থকা মাতৃসহ নৱজাতক শিশুৰ, এগৰাকী স্বাস্থ্যকৰ্মীৰ আৰু চালকৰ

নগাঁৱৰ (Nagaon) ধিংগেট কাৱৈমাৰীত (Kawaimari) এক ভয়ংকৰ ঘটনা সংঘটিত হয়। নিশা এখন চলন্ত ১০৮ মৃত্যুঞ্জয় বাহনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Horrific ...

Read more

সাৱধান! মোবাইল চাৰ্জত দি কাণত হেডফোন লগাই চাই আছিল ভিডিঅ’; সেই সময়তে হয় বিদ্যুৎস্পৃষ্ট, কৰুণ মৃত্যুক (Tragic Died) সাৱটে প্ৰীতমে, পৰিয়ালটোত কান্দোনৰ ৰোল

শুই থকাৰ সময়ত মোবাইল চাৰ্জত লগাই থৈ কাষতে থাকে নেকি। তেন্তে সাৱধান। নহ'লে আপোনাৰো হ'ব পাৰে প্ৰীতমৰ দৰে অৱস্থা। এনে ...

Read more

‘হেলমেট’ (Helmet) বিক্ৰেতাই পিন্ধা নাছিল হেলমেট; পিঠি-কান্ধ-হাত সকলোতে হেলমেট কিন্তু নাছিল মূৰত…যাৰ পৰিণতিত- ‘কাটিলে চালান’, যোৰহাটৰ এই ঘটনাটোৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে

পিঠিত হেলমেট, কান্ধত হেলমেট, হাতত হেলমেট (Helmet)। কিন্তু মূৰত নাছিল হেলমেট। যাৰ পৰিণতিত- 'কাটিলে চালান।' এখন বাইকত ২২-২৩টা হেলমেট কঢ়িয়াই ...

Read more

খং নামেই চণ্ডাল! এটা সাধাৰণ কথাৰ বাবে হৈছিল তৰ্ক-বিতৰ্ক; পৰিণতিত বায়েকৰ সন্মুখতে খুলশালীয়েকে ভিনিয়েকক ইটাৰে কোবাই কোবাই কৰিলে হত্যা (Murder), এই নোহোৱা-নোপজা ঘটনা অসমৰে

চিলাপথাৰ আৰক্ষী (Silapathar Police) থানাৰ অন্তৰ্গত ডিমৌ চাৰিআলিত (Demow Chariali) সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা (Horrific Incident)। দেওবাৰে নিশা প্ৰায় ...

Read more

ঘোচ খাবলৈ পিন্ধে নেকি আৰক্ষীৰ পোছাক! থানাৰ ভিতৰতে ঘোচ (Bribe) লৈ হাতে-লোটে ধৰা পৰিল এজন আৰক্ষী বিষয়া; দুৰ্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰিলে ASI চবিন পল দাসক

চৰকাৰী কাৰ্যালয়সমূহত চলি থকা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে (Fight Against Corruption) অব্যাহত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযান (Directorate Of Vigilance ...

Read more
Page 10 of 28 1 9 10 11 28

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist