Video: ‘কি হৈছে কি হোৱা নাই নোকোৱাকৈ বাইকৰ চাবি কাঢ়ি লৈছে’- বাইকৰ আৰহী আৰু পৰিবহণ বিষয়া-গাৰ্ডৰ তীব্ৰ বাক-বিতণ্ডা
জনীয়া বিধানসভা সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলগাছিয়া চাৰিআলি চ'কত বাইক আৰোহী আৰু বৰপেটা পৰিবহণ বিষয়া-কৰ্মীৰ মাজত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। ...
Read more