অৱশেষত জামিন পালে নিলম্বিত SI জোনমণি ৰাভাই (Junmoni Rabha); প্ৰৱঞ্চনাৰে ২০ লাখ টকা সংগ্ৰহ কৰি ২টাকৈ বেংক একাউণ্টত ৰাখিছিল জমা, তাৰ পিছতে হৈছিল গ্ৰেপ্তাৰ
অৱশেষত জামিন লাভ (Bail Granted) কৰিলে প্ৰবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ (Arrest) হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ পৰিদৰ্শক জোনমণি ৰাভাই (Junmoni Rabha)। ...
Read more