‘মোৰ কথা কোনোৱে চিন্তা কৰিব নালাগে; মই নিজৰ ৰাস্তা নিজেই বিচাৰি ল’লো’- স্ৱামীৰ অবৈধ প্ৰেমৰ কথা গম পাই ছুইচাইড নোটত এই কথাখিনি লিখি বিহপান কৰি আত্মহত্যা (Suicide) কৰিলে এগৰাকী ১৮ বছৰীয়া বোৱাৰীয়ে
ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ (Buwari Harrasment) ঘটনা সংঘটিত হৈছে। নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যা কৰে এগৰাকী কম বয়সীয়া বোৱাৰীয়ে (Buwari Suicide ...
Read more