দোষী নে নিৰ্দোষী! কিমান দুখ-কষ্ট পালে এজন পিতৃয়ে হত্যা (Murder) কৰিব পাৰে পুত্ৰক? পিতৃয়ে বাঁহেৰে কোবাই কোবাই হত্যা কৰিলে পুত্ৰক; হত্যা কৰি আত্মসমৰ্পণো কৰিলে আৰক্ষীৰ ওচৰত, কিন্তু কিয়?
মহানগৰীৰ (Guwahati) চানমাৰীত (Chandmari) দিন-দুপৰতে এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Murder Case) সংঘটিত হৈছে। পিতৃৰ হাততেই প্ৰাণ গ'ল পুত্ৰৰ (Father Killed Son)। ...
Read more