কোন দিশে যুৱ সমাজ! ড্ৰাগছ (Drugs) কিনিবলৈ পিতৃৰ পৰা বিচাৰিছিল ৫ হাজাৰ টকা; কিন্তু পিতৃয়ে নিদিলে, তাৰ পিছত ড্ৰাগছ আসক্ত যুৱকে প্ৰথমে ভাঙে তাৰ পিছত জ্বলাই দিয়ে ঘৰ, এতিয়া থানাত দুৰ্ভগীয়া পিতৃ
ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছৰ (Drugs) পয়োভৰ। ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে যুৱ প্ৰজন্মৰ। বিপথে পৰিচালিত ...
Read more