কি ক’ব নৃশংস, অমানুষিক নে উপায়হীন? পুত্ৰৰ সন্মুখতে আৰম্ভ হৈছিল পিতৃ-মাতৃৰ কাজিয়া; কাজিয়া দেখি ওচৰৰ মানুহক মাতিবলৈ গৈছিল পুত্ৰই, ঘূৰি আহি দেখিলে পিতৃৰ কটা ডিঙি আৰু মাতৃৰ হাতত ‘দা’
এক নৃশংস ঘটনা (Horrific Incident) সংঘটিত হৈছে ডিব্ৰুগড়ত (Dibrugarh)। পত্নীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীক (Wife Killed Husband)। বৰবৰুৱা আৰক্ষী ...
Read more