Tag: Crime

অৱশেষত গ্ৰেপ্তাৰ SI জোনমণি ৰাভা (Junmoni Rabha); দুটাকৈ বেংক একাউণ্টত প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰা প্ৰায় ২০ লাখ টকা জমা হোৱাৰ তথ্য লাভ আৰক্ষীৰ

প্ৰৱঞ্চনাৰ অভিযোগত নিজৰ হ’বলগীয়া স্বামীক গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চিত হোৱা অসম আৰক্ষীৰ (Assam Police) উপ-পৰিদৰ্শক জোনমণি ৰাভাক (SI Junmoni Rabha) ...

Read more

আৰক্ষীক ঘোচ দি গ্ৰেপ্তাৰ খোদ আৰক্ষী বিষয়া; ASI বিষয়াই DSP বিষয়াক ১০ হাজাৰ টকা ঘোচ দিওতে DSP বিষয়াই গ্ৰেপ্তাৰ কৰে ASI বিষয়া আব্দুল মুতালিবক

আৰক্ষীয়ে আৰক্ষীক ঘোচ (Bribe Case) দিয়া আজৱ ঘটনা সংঘটিত হৈছে নগাঁৱত (Nagaon)। ভাল ঠাইত নিযুক্তি বিচাৰি ঘোচ দিবলৈ গৈ নগাঁৱত ...

Read more

খুবেই অসহনীয়! ডেৰ বছৰীয়া সন্তানক এৰি মাতৃৰ আত্মহত্যা (Suicide); ৰে’লৰ আগত জঁপিয়াই নিজৰ প্ৰাণ নাশ কৰে মহিলাগৰাকীয়ে, ঘৰুৱা কন্দলৰ এই ভয়ংকৰ পৰিণতি

গুৱাহাটী মহানগৰীত (Guwahati) ভয়ংকৰ ঘটনা (Horrific Incident) সংঘটিত হৈছে। নুনমাটিৰ মাৰ্কেটিঙত ডেৰ বছৰীয়া সন্তানক এৰি থৈ ৰেলৰ আগত জঁপিয়াই মাতৃৰ ...

Read more

নৃশংস! এজন যুৱকে দাৰে ঘপিয়াই হাত ছিঙি পেলালে এগৰাকী মহিলাসহ ২জনৰ; দাৰ ঘাপত আন এজন লোক গুৰুতৰভাবে আহত, দূৰলৈ ছিটিকি পৰে কটা হাত দুখন

এজন যুৱকে দাৰে ঘপিয়ালে ৩ জনকৈ লোকক, দুজনৰ ছিঙি গ’ল হাত। গুৱাহাটী (Guwahati) বৰবাৰীত (Barbari) সংঘটিত হৈছে এই নৃশংস ঘটনা ...

Read more

বেয়া কামৰ উচিত শাস্তি! পত্নীক এচিডেৰে আক্ৰমণ (Acid Attack) কৰা পাষণ্ড স্বামী ছাইদুল ইছলামক যাৱজ্জীৱন কাৰাদণ্ড; ২০১৬তে এই নৃশংস কাণ্ড সংঘটিত হৈছিল

২০১৬ চনত তেতিয়াৰ বাক্সা জিলাৰ (Baksa District) তামুলপুৰ আৰক্ষী থানাৰ (Tamulpur Police Station) অন্তৰ্গত উত্তৰ খন্দিকৰ গাঁৱত সংঘটিত হৈছিল এক ...

Read more
Page 17 of 43 1 16 17 18 43

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist