বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে (Barshashree Buragohain) পৰীক্ষা দিব পাৰিব কিন্তু পৰীক্ষা কেন্দ্ৰত নহয়; জেলৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব, এই কথা জানিবলৈ দিয়ে গোলাঘাট আৰক্ষীয়ে
পৰীক্ষা কেন্দ্ৰৰ পৰা নহয়, জেলৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে (Barshashree Buragohain)। এই কথা জানিবলৈ দিয়ে গোলাঘাট আৰক্ষীয়ে ...
Read more