ৰাখে হৰি মাৰে কোনে! নিয়ন্ত্ৰণ হেৰুৱাই তিনি আৰোহীসহ দ’ খাৱৈত সোমাল বেলেন’ বাহন; সৌভাগ্যক্ৰমে তিনিওজনৰে প্ৰাণ ৰক্ষা ভয়ংকৰ দুৰ্ঘটনাটোত, JCBৰে টানি উলিয়াই অনা হয় বাহনখন
বাক্সাৰ শালবাৰীৰ (Baksa Salbari) খাৰিজা বিজনীৰ বাৰাপেটা নেপালীবস্তীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)৷ নিয়ন্ত্ৰণ হেৰুৱাই তিনি আৰোহীসহ ...
Read more