Tag: Assam

ব্যাপক দুৰ্নীতি! কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ BDOক নিলম্বন

কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ BDOক নিলম্বন ৷ বিভাগীয় তদন্তৰ ভিত্তিত BDO মনি দেৱীক নিলম্বন কৰা হয়। গৰৈমাৰী উন্নয়ন খণ্ডত ব্যপক ...

Read more

শত্ৰুতাৰ ভয়ংকৰ পৰিণতি! হত্যা কৰিবলৈ ভাড়া কৰিলে ট্ৰেভেলাৰ; হত্যাৰ চূড়ান্ত পৰিকল্পনা মিথুন পালৰ

পৰিকল্পিতভাৱে দুৰ্ঘটনা সংঘটিত কৰি হত্যাৰ চেষ্টা নগাঁৱৰ এজন ফলমূল ব্যৱসায়ীক। চালকসহ ছয়জন লোকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু। নগাঁও-জুৰীয়া গড়কাপ্তানী পথৰ ...

Read more

ৰাজ্যৰ New SOP: সন্ধিয়া ৫ বজালৈ সকলো থাকিব খোলা; ৬ বজাৰ পৰা সান্ধ্য আইন

অসমত শেহতীয়াকৈ ক'ভিড পৰিস্থিতি যথেষ্ট উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সোমবাৰে নতুন SOP জাৰি কৰিছে। এই নতুন SOPৰ নীতি-নিয়ম কাইলে ...

Read more

হায় ৰে চিকিৎসা বিভাগ! চিকিৎসাৰ অভাৱত ছটফটাই মৃত্যু ক’ভিড ৰোগীৰ

শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ অভাৱত ছটফটাই মৃত্যু হ’ল ক’ভিড ৰোগীৰ। বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰি নেকি শিৱসাগৰ অসামৰিক চিকিৎসালয়? শনিবাবে হাঁহচৰাৰ ...

Read more

AIUDF-এ আজিলৈকে মুছলমানসকলৰ বাবে কি কৰিলে, সংবাদমেলত এই বুলি প্ৰশ্ন অখিল গগৈৰ

'আজি ৰাইজৰ দলে প্ৰস্তাৱ গ্ৰহণ কৰিছে যে, বিধানসভাত অহা ১৩ আগষ্টত যি অধিৱেশন শেষ হ'ব। ১৩ আগষ্টৰ ভিতৰত ক'ভিড মহামাৰী ...

Read more

‘Black Man’ৰ সন্দেহত বাহনসহ চালকক আক্ৰমণ; ৮ আটক; যুৱককেইজনক মুকলিৰ দাবীত উত্তাল থানা চৌহদ

বাক্সাৰ বাৰাপেটা হাতীদল ব্লকত Black Manৰ সন্দেহত বাহনসহ চালকক আক্ৰমণ। আক্ৰমণত গুৰুতৰভাৱে আহত বাৰাপেটা মুছলিম বস্তীৰ আবুল খান। ঘটনাত জড়িত ...

Read more

‘আমাক মাটিৰ পট্টা দিয়ক, নহয় গুলীয়াই মাৰক’- উচ্ছেদৰ বাবে খুঁটা পোতাক লৈ ৩০০টা পৰিয়ালৰ কান্দোন

মাটি উচ্ছেদৰ বাবে প্ৰশাসনে খুঁটা পোতাক লৈ ৩০০ টাকৈ পৰিয়ালৰ লোকৰ মাজত উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰি আকাশ বতাহ কঁপাই তোলে। ...

Read more

আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম; তৰোৱালেৰে আৰক্ষীক কৰিছিল আক্ৰমণ

নগাঁৱৰ খাটোৱাল আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ সংঘৰ্ষ। আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম। নিহত খাইৰুলৰ ঘৰ চামগুৰিৰ গেৰুৱামুখত। দেওবাৰে ...

Read more

‘বেশ্যা কৰ বেশ্যা কৰ তেতিয়া বহুত টকা পাবি’- চুলাই বিক্ৰী কৰা মহিলাক ভয়ংকৰ-নিৰ্লজ্জ আহ্বান মহিলা আৰক্ষীৰ

বেশ্যা বৃত্তি গ্ৰহণৰ আহ্বান এগৰাকী চুলাই বিক্ৰী কৰা মহিলাক এগৰাকী মহিলা আৰক্ষীৰ। কেমেৰাত বন্দী চৰম অপমানৰ দৃশ্য। এই ঘটনা বঙাইগাঁও ...

Read more

ফেচবুকত পোষ্ট দি চোৰক ধন্যবাদ বিধায়ক মৃণাল শইকীয়াৰ; কাৰণ- হেৰুওৱা চাইকেল পালে ওভতাই

অৱশেষত হেৰুওৱা চাইকেল ওভতাই পালে বিধায়ক মৃণাল শইকীয়াই। বিধায়ক আৱাসৰ পৰা চোৰে চুৰি কৰি নিছিল বিধায়কগৰাকীৰ চাইকেলখন। চাইকেলখন হেৰুওৱাৰ পিছতে ...

Read more
Page 139 of 154 1 138 139 140 154

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist