কেতিয়াৰ পৰা ৰাজ্যত নাথাকিব কোনোধৰণৰ ক’ভিড নিষেধাজ্ঞা; ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
দিল্লী যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (CM Himanta Biswa Sarma Pressmet)। সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ...
Read more