শোকাৱহ! কেতিয়া, ক’ত, কেনেকৈ মৃত্যুৱে টানি লৈ যায় কোনোৱে নাজানে; মন্দিৰলৈ গৈ আছিল বহুকেইগৰাকী তীৰ্থযাত্ৰী, কিন্তু আদবাটতে বাছত লাগিল ভয়ংকৰ জুই, বাছৰ ভিতৰতে জ্বলি ছাই হ’ল ৪ গৰাকী লোক, আহত ২২ গৰাকী লোকে গণিছে মৃত্যুৰ ক্ষণ
Bus Caught Fire in Jammu: জম্মু-কাশ্মীৰত (Jammu Kashmir) সংঘটিত এক শোকাৱহ বাছ দুৰ্ঘটনাত (Tragic Bus Accident) চাৰিগৰাকী যাত্ৰীয়ে কৰুণ মৃত্যুক ...
Read more