চালকৰ টোপনি অহাৰ বাবে গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে; একেলগে ১৪ গৰাকী লোকৰ মৃত্যু, বিয়া খাই উভতি অহাৰ পথত সংঘটিত হৈছিল এই কৰুণ পথ দুৰ্ঘটনা
উত্তৰাখণ্ডৰ (Uttarakhand) তনকপুৰ-চম্পাৱত ঘাইপথত (Tanakpur Champawat Highway) এখন মেক্স গাড়ী দ' খাৱৈত বাগৰি (Fell In Ditch) পৰাৰ ফলত তাত যাত্ৰা ...
Read more