কৰুণ ঘটনাঃ যাত্ৰাৰ পূৰ্বে ৰে’লৰ ইঞ্জিনত পানী ভৰাবলৈ গৈ বিদ্যুতৰ তাঁৰত স্পৰ্শ হয় মৃত্যুক সাৱটিলে ৰে’লৰ পাইলট শিৱ শইকীয়াই; শৰীৰৰ আধা অংশই যায় জ্বলি
ৰে’লযাত্ৰাৰ প্ৰাক মুহূৰ্তত ৰে’লপথৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শত আহি মৃত্যু (Death) পাইলটৰ (Train Pilot)। এই কৰুণ ঘটনা ...
Read more