কৰুণ! ৰোগীৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰি ঘৰলৈ উভতি আহি আছিল; সেই সময়ত টোপনিয়াই আছিল এম্বুলেঞ্চ চালক, টোপনিত নিয়ন্ত্ৰণ হেৰুৱাই এম্বুলেঞ্চে প্ৰচণ্ড খুন্দা মাৰে মিনি ট্ৰাকক, ৰোগী-চালকসহ একেটা পৰিয়ালৰে ৭ গৰাকীয়ে হেৰুৱালে প্ৰাণ
উত্তৰ প্ৰদেশৰ (UttarPradesh) বৰেলীত (Bareilly) মঙলবাৰে পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা (Tragic Accident) সংঘটিত হয়। এম্বুলেঞ্চ চালকৰ টোপনি অহাৰ বাবে ...
Read more