কৰুণ! বাঢ়নি পানীত পৰি একেদিনাই কৰুণ মৃত্যুক সাৱটিলে দুটি কণমানি শিশুৱে; কন্যাৰ মৃতদেহ কোলাত লৈ হিয়া ঢাকুৰি কান্দোন মাতৃৰ, আনফালে পুত্ৰৰ মৃতদেহ লৈ মুখৰ মাত নাইকিয়া পিতৃৰ, ঘটনাৰ স্থান পৃথক-পৃথক
সৰ্থেবাৰীৰ (Sarthebari) পাৰাহকুছিত সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। পানীত পৰি মৃত্যু হয় এটি আঢ়ৈ বছৰীয়া শিশুৰ (Baby Drowned)। ...
Read more