কোন সঁচা, কোন মিছা! যৌতুকৰ বাবে বোৱাৰীক স্বামী-শহুৰ-শাহুৰ অকথ্য নিৰ্যাতন; কেৱল ইমানেই নহয় দাবী কৰা বস্তু নানিলে বোৱাৰীক শিলিগুৰিত বিক্ৰী কৰাৰ দিয়ে ভাবুকি, ইফালে শাহুৰ অভিযোগ…’তাই হে আমাক পাগল কৰিছে…’
শিৱসাগৰ (Sivasagar) আখৈফুটীয়াৰ বাঢ়ৈ টিঙত এগৰাকী বোৱাৰীক স্বামী, শহুৰ আৰু শাহুই মিলি শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ (Buwari Physically And Mentally ...
Read more