অসমত হ’ব নেকি লকডাউন (Lockdown)? কি কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই; কাইলৈ ওলাব নতুন SOP
দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো (Assam) ক'ভিড ৰোগী চিনাক্ত হোৱাৰ পাছতে ৰাজ্যৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)। আজি দুলিয়াজানত মুখ্যমন্ত্ৰী ড৹ ...
Read more