১৭ বছৰীয়া যুৱতীৰ ধৰ্ষণ কাণ্ড; আজিপৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই ২ লম্পট লিংটন দিহিঙীয়া আৰু ৰুদ্ৰ দাস, ১৩ ফেব্ৰুৱাৰীত ঘৰৰ পৰা উলিয়াই নি ধৰ্ষণ কৰাৰ লগতে চলাইছিল শাৰীৰিক অত্যাচাৰ, ঘৰৰ পাছফালে থৈ গৈছিল পেলাই
১৯ ফেব্ৰুৱাৰীত সংবাদ মাধ্যমত প্ৰকাশ হৈছিল এগৰাকী যুৱতী ধৰ্ষণৰ বাতৰি। বিহালীত (Bihali) ধৰ্ষণৰ (Rape Case) বলি হৈছিল এগৰাকী যুৱতী। দুই ...
Read more