Thursday, November 21, 2024

Tag: মৰিগাঁও আৰক্ষী

ঘোচ লোৱাৰ অঘোষিত প্ৰতিযোগিতা! ঘোচ (Bribe) লৈ হাতে-লোটে ধৰা পৰিল এজন প্ৰধান শিক্ষক; এজন শিক্ষকৰ পৰা ১২ হাজাৰ টকা ল’ব লওঁতেই দুৰ্নীতি নিবাৰকে পেলালে ধৰা

যিমানে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন কঠোৰ হৈছে সিমানে ৰাজ্যত চলি আছে ঘোচ লোৱাৰ অঘোষিত প্ৰতিযোগিতা। বিগত সময়ত ঘোচ (Arrest ...

Read more

আত্মহত্যাই জানো শেষ উপায়! ৰাইফলেৰে মূৰত গুলিয়াই আত্মহত্যা (Suicide) প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী জোৱানৰ; চিৰদিনৰ বাবে অকলশৰীয়া কৰি থৈ গ’ল পত্নীসহ এটি কণমানি কন্যা সন্তানক

মৰিগাঁৱত (Morigaon) সংঘটিত হৈছে এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা (Suicide Case)। প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী জোৱান ৰণ্টু মেধিৰ আত্মহত্যা (Home Guard Jawan ...

Read more

ল’বহে পালে, কিন্তু খাব নাপালে! সুৰা বিপণীৰ অনুজ্ঞাপত্ৰৰ বাবদ বিচাৰিছিল ১ লাখ টকা ঘোচ (Bribe); আগধন হিচাপে ২০ হাজাৰ টকা ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আবকাৰী বিষয়া, এতিয়া ঠিকনা জেল

দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (Directorate of Vigilance & Anti-Corruption)। এইবাৰ ঘোচ (Bribe) লৈ হাতে-লোটে ...

Read more

সুদীৰ্ঘ ৮ বছৰৰ মূৰত আজীৱন কাৰাবাসৰ (Life Imprisonment) শাস্তি প্ৰদান হত্যাকাৰী মাইনুল হুছেইনক; ২০১৪ত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিছিল

আজীৱন কাৰাবাসৰ (Life Imprisonment) শাস্তি মাইনুল হুছেইনক । ২০১৪ চনত সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনা (Murder Case)। মৰিগাঁও জিলা ও ...

Read more

ত্ৰিকোণীয় প্ৰেমৰ ঘটনা! অৱশেষত আত্মসমৰ্পণ কৰিলে হত্যাকাৰী আনিছুৰ ৰহমানে; আনিছুৰৰ স্বীকাৰোক্তিত উদ্ধাৰ ফাইজুৰ ৰহমানৰ মৃতদেহ, হাত-ভৰি বান্ধি মেটেকাৰ তলত লুকুৱাই থৈছিল মৃতদেহ

লাহৰীঘাটৰ (Laharighat) কলেজীয়া ছাত্ৰ হত্যাকাণ্ডৰ (Murder Case) মূল অভিযুক্তৰ আত্মসমৰ্পণ (Surrender)। কিছু সময় পূৰ্বে হত্যাকাৰী আনিছুৰ ৰহমানে মৰিগাঁও আৰক্ষীৰ (Morigaon ...

Read more

ৰাজ্যত পুনৰ এনকাউণ্টাৰ; ড্ৰাগছ্ মাফিয়া আব্দুচ চামাদলৈ আৰক্ষীয়ে চলাই গুলী, ৪ কোটি টকাৰ ড্ৰাগছ সৰবৰাহ কৰিবলৈ গৈছিল আব্দুচে

ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ (Encounter)। এইবাৰ মৰিগাঁও আৰক্ষীয়ে (Morigaon Police) গুলিয়াই ড্ৰাগছ্ মাফিয়া (Drugs Mafia) আব্দুচ চামাদক। মৰিগাঁও জাগীৰোডত (Morigaon ...

Read more

কৰুণ পথ দুৰ্ঘটনা; চলন্ত গাড়ীৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ; একেলগে প্ৰাণ হেৰুৱালে ২ গৰাকী বেংক বিষয়াই

জাগীৰোডৰ (Jagiroad) ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা (Tragic Accident) সংঘটিত হয়। ভয়ংকৰ পথ দুৰ্ঘটনাটোত একেলগে কৰুণ মৃত্যু ঘটিল দুগৰাকীকৈ বেংক ...

Read more

পুনৰ এনকাউণ্টাৰ! ৪ দিনত ৩ কণমানিক ধৰ্ষণ কৰা লম্পট ৰজনী দৈমাৰীক নিশা এনকাউণ্টাৰ; পলাবলৈ চেষ্টা কৰোতে দুবাৰকৈ গুলীয়াই আৰক্ষীয়ে

লাহৰীঘাটত (Laharighat) পুনৰ এনকাউন্টাৰ (Encounter)। তিনি শিশু ধৰ্ষণকাৰী ৰজনী দৈমাৰীক নিশা এনকাউণ্টাৰ। চাৰি দিনত তিনিজনিকৈ কণমানিক ধৰ্ষণ কৰিছিল লাহৰীঘাটৰ ৰাজনীকান্ত ...

Read more

শোকাৱহ পথ দুৰ্ঘটনা; জন্মদিনৰ পাৰ্টি উদযাপন কৰি ঘৰলৈ ঘূৰি অহাৰ পথতে কৰুণ মৃত্যুক সাৱটিলে ৩ বন্ধুৱে

মৰিগাঁও (Morigaon) জাগীৰোড সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয় ৷ থিতাতে নিহত (Spot Death) তিনিজন বন্ধু, ...

Read more
Page 1 of 2 1 2

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist