অলপ সাৱধান হওক আপুনিও! গেম খেলিবলৈ মাকে মোবাইল কিনি নিদিয়াৰ বাবে পুত্ৰই কৰিলে আত্মহত্যা; ‘মই দিন হাজিৰা কৰি কোনোমতে ঘৰ চলাও’- এই কথাখিনি কৈ হুকহুকাই কান্দি উঠিল মাতৃ
মহাৰাষ্ট্ৰৰ (Maharastra) বাৰামতীত (Baramati) এক হৃদয় বিদাৰক ঘটনা (Tragic Incident) সংঘটিত হৈছে। তাত নৱম শ্ৰেণীত পঢ়া এজন ছাত্ৰই ফাঁচী লগাই ...
Read more