কোন দিশে যুৱ প্ৰজন্ম! মাদ্ৰাছাখনত মোবাইল নিষিদ্ধ আছিল; কিন্তু এজন ছাত্ৰই প্ৰেমিকাৰ সৈতে কথা পাতিবলৈ লগত ৰাখিছিল ফোন, পিছত শিক্ষকে গম পাই কাঢ়ি নিয়ে ফোনটো, হতাশাত ভুগি ছাত্ৰজনে স্কুলৰ বাথৰুমত গৈ কৰিলে আত্মহত্যা, এতিয়া কান্দোনৰ ৰোল পৰিয়ালটোত
বঙাইগাঁও (Bongaigaon) জিলাৰ কোকিলা আৰক্ষী (Kokila Police) নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দাৰুল উলম আফাকুল ইছলাম মাদ্ৰাছাত গা ধোৱা কোঠাত চিপ ...
Read more