চৰনেহে জানে মৰণৰ ঠাই! ৫০০ মিটাৰ দ’ খাৱৈত (Ditch) বাগৰি পৰে মেক্স বাহন; একেলগে ১২ গৰাকী লোকে হেৰুৱালে প্ৰাণ, অত্যাধিক যাত্ৰী কঢ়িওৱাৰ বাবে এই দুৰ্ঘটনা, দুজনে জাঁপ মাৰি নিজৰ প্ৰাণৰক্ষা কৰে
এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে উত্তৰাখণ্ডৰ চামোলী জিলাত (Uttarakhand Chamoli District)। উৰ্গম ঘাটীত নিৰ্মাণৰত উৰ্গম-প্লা জখোলা ...
Read more