সীমা সংঘাতঃ মিজো আৰক্ষীৰ গুলীচালনাত ৬জন জোৱান নিহত; ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ
অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত মিজো আৰক্ষীৰ গুলীচালনাত প্ৰাণ হেৰুৱাইছে অসমৰ ৬গৰাকী জোৱানে। এজন সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এই গুলীচালনাত। টুইটাৰযোগে ...
Read more