কৰুণ! বিয়ালৈ গৈ পুনৰ ঘূৰি নাহিল ঘৰলৈ; সেই যাত্ৰাই শেষ হৈ পৰে মাতৃ-কন্যাৰ বাবে, ই-ৰিক্সাক খুন্দিয়াই এখন দ্ৰুতবেগী বাহনে, আহত ৩ গৰাকী
৭ ফেব্ৰুৱাৰীত বৰপেটাৰ (Barpeta) বৰবিলাত আবেলি ৪.৩০ বজাত ভয়াৱহ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। তীব্ৰবেগী চাৰিচকীয়া বাহনে খুন্দিয়াই ...
Read more