‘চৰকাৰী চাকৰিয়ালৰ দৰমহা প্ৰতিমাহে ২০০-৩০০ টকাকৈ বাঢ়ে; গতিকে বিদ্যুৎ মাচুল বঢ়াতো ডাঙৰ কথা নহয়, নিয়মমাফিকটো বাঢ়িবই’- পীযুষ হাজৰিকা
হঠাৎ ৰাজ্যত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল (Electricity Bill)। কিছুমান কিছুমান ঘৰৰ বিদ্যুতৰ বিল আগৰ বিলৰ তুলনাত যথেষ্ট বৃদ্ধি হৈছে। ...
Read more