হায় ৰে জীৱশ্ৰেষ্ঠ মানৱ! ২৭ বছৰ পূৰ্বে নিম্ন জাতৰ ছোৱালীক বিয়া কৰোৱাইছিল অতুল শৰ্মা নামৰ লোকজনে; সেয়াই যেন ভুল আছিল তেওঁৰ বাবে, এতিয়া মৃত্যুৰ পাছতো শান্তি নাপালে লোকজনে, সৎকাৰৰ বিপৰীতে গাঁতত পুতি থ’বলগীয়া হ’ল মৃতদেহ, কিন্তু এতিয়া…
মঙলদৈ (Mangaldoi) পতালসিং পাৰাৰ গণক চুবাত বুধবাৰে সংঘটিত হয় আধুনিক সমাজক লজ্জানত কৰা এক আচৰিত ঘটনা (Ajab Incident)। সামাজিক সংকীৰ্ণতাৰ ...
Read more