‘আনন্দ মিশ্ৰ এগৰাকী অসমীয়া বিদ্বেষী IPS বিষয়া; তেওঁৰ কেৱল বদলি বিচৰা নাছিলো, কঠোৰ শাস্তি হোৱাটো বিচাৰিছিলো’- এই মন্তব্য ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিৰ
'আনন্দ মিশ্ৰৰ (Anand Mishra) কেৱল বদলি হোৱাটো আমি বিচৰা নাছিলোঁ। তেওঁৰ ওপৰত কঠোৰ শাস্তি হোৱাটোহে আমি বিচাৰিছিলোঁ। এই মন্তব্য ৰাইজৰ ...
Read more