Tag: বৰপেটা

মেট্ৰিক পৰীক্ষাত (HSLC Exam) নকল যোগান ধৰা এইজন মহান শিক্ষক; লুকাই থকা অৱস্থাত প্ৰস্ৰাৱগাৰৰ পৰা আটক শিক্ষকজনক, লগতে উদ্ধাৰ বৃহৎ পৰিমাণৰ নকল, সম্পূৰ্ণ ঘটনাটো এনেধৰণৰ…

কোন দিশে শিক্ষা ব্যৱস্থা! এইবাৰ নকল যোগানত নামিল স্বয়ং শিক্ষাগুৰু ৷ বৰপেটাত মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ (Barpeta HSLC Exam Centre) প্ৰস্ৰাৱগাৰৰ ...

Read more

খুচুৰা পইচাৰে হাফিজুৰ আকন্দে দিঠকত পৰিণত কৰিলে সপোন; ২২ হাজাৰ টকাৰ খুচুৰা পইচা শ্ব’ৰুমত দি লৈ আনিলে সপোনৰ ‘স্কুটী’খন…

খুচুৰা পইচাৰে হাফিজুৰ আকন্দে কিনিলে স্কুটী। উত্তৰ বৰপেটাৰোডৰ (Barpeta Road) গোৱৰ্ধনাৰ হাফিজুৰ আকন্দে খুচুৰা পইচাৰে ক্ৰয় কৰিলে এখন স্কুটী। এক ...

Read more

কৰুণ! বিয়ালৈ গৈ পুনৰ ঘূৰি নাহিল ঘৰলৈ; সেই যাত্ৰাই শেষ হৈ পৰে মাতৃ-কন্যাৰ বাবে, ই-ৰিক্সাক খুন্দিয়াই এখন দ্ৰুতবেগী বাহনে, আহত ৩ গৰাকী

৭ ফেব্ৰুৱাৰীত বৰপেটাৰ (Barpeta) বৰবিলাত আবেলি ৪.৩০ বজাত ভয়াৱহ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। তীব্ৰবেগী চাৰিচকীয়া বাহনে খুন্দিয়াই ...

Read more

১ কোটি নিচাযুক্ত সামগ্ৰী জ্বলাই দিয়ে আৰক্ষীয়ে; ইয়াত আছে ব্ৰাউন ছুগাৰ ৪০০ গ্ৰাম, গাঞ্জা ১০২ কেজি, নিচাজাতীয় টেবলেট ৫১৩৬টা, নিচাযুক্ত কফচিৰাপ ৬১৪ বটল আৰু কেপচুল ৪৩২টা

বৰপেটাৰ আৰক্ষীয়ে জ্বলাই দিলে বিভিন্ন সময়ত অভিযানত জব্দ হোৱা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী। সম্প্ৰতি ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে চলাই গৈছে ...

Read more

জন্মদিনৰ কেক কাটি থাকোতে লাগিল কাজিয়া; যুৱকে নিজৰ গাতে পেট্ৰ’ল ঢালি লগাই দিয়ে জুই, যুৱতীয়ে চেষ্টা কৰিলে জুই নুমুৱাবলৈ, পৰিণতিত দুয়োগৰাকী অগ্নিদগ্ধ

সৰভোগৰ (Sorbhog) বেঁকী নৈৰ দলঙত অগ্নিদগ্ধ এগৰাকী যুৱতী আৰু যুৱক। জন্মদিনৰ কেক কাটিবলৈ যাওতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি স্বীকাৰোক্তি ...

Read more

কাৰোবাৰ জ্বলিল মোবাইলৰ দোকান, কাৰোবাৰ পাইকাৰী দোকান; আকৌ কাৰোবাৰ ফাষ্ট ফুডৰ দোকান, মুঠতে ভয়ংকৰ অগ্নিকাণ্ডত জ্বলিল এখন এখন ঘৰৰ সপোন

বৰপেটা (Barpeta) জিলাৰ সৰ্থেবাৰী (Sarthebari) থানাৰ অন্তৰ্গত বৰমাৰাত শনিবাৰে আবেলি সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড (Fire)। বৰমাৰাস্থিত সৰুক্ষেত্ৰী আঞ্চলিক বজাৰৰ "জেহেৰ ...

Read more

গ্ৰেপ্তাৰ হানী সিং! পিছে গায়ক নহয়, চাইকেল চোৰহে; ড্ৰাগছৰ বাবে চুৰি কৰে চাইকেল- এই স্বীকাৰোক্তি হানীৰ

বৰপেটা (Barpeta) জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিছে হানী সিং (Honey Singh)। চাইকেল চুৰি (Cycle Thief) কৰি আৰক্ষীৰ জালত পৰিছে বৰপেটা ...

Read more

কণ্ঠশিল্পী ভৃগু কাশ্যপৰ মাৰ্চিদিজ (Mercedes) গাড়ীত সুৰামত্ত যুৱকৰ লাথ-গুৰি; যুৱকজনক আটক

বৰপেটাৰ (Barpeta) সৰভোগৰ কামাৰগাঁৱত কণ্ঠশিল্পী ভৃগু কাশ্যপৰ (Vreegu Kashyap) গাড়ীৰ ক্ষতিসাধন। গুণজিৎ বৰ্মণ নামৰ এজন যুৱকক আটক (Detain)। সৰভোগৰ (Sorbhog) কমাৰগাঁৱত ...

Read more

আৰক্ষীৰ জালত পৰিল জন্মদাত্ৰী মাতৃক মৰিয়াই মৰিয়াই হত্যা কৰা পাষণ্ড পুত্ৰ উত্তম পাল

আৰক্ষীৰ জালত (Barpeta Police) পৰিল জন্মদাত্ৰী মাতৃক মৰিয়াই মৰিয়াই হত্যা (Murder) কৰা পাষণ্ড পুত্ৰ উত্তম পাল। উল্লেখ্য বৰপেটাৰোডৰ (Barpeta) খৈৰাবাৰীত ...

Read more

অমানুষিক! পাষণ্ড পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে মাতৃয়ে; সুৰামত্ত পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক

বৰপেটাৰোডৰ (Barpeta) খৈৰাবাৰীত পাষণ্ড পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ। বৰপেটাৰোড আৰক্ষীচকীৰ অন্তৰ্গত খৈৰাবাৰীৰ মিলন বস্তীত সংঘটিত হয় এই শোকাৱহ ...

Read more
Page 2 of 3 1 2 3

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist