খুবেই নিন্দনীয়! পেটৰ তাড়নাত ব্ৰইলাৰ ফাৰ্ম খুলিছিল; কিন্তু সেয়াই যেন হ’ল অপৰাধ, সমাজে এঘৰীয়া কৰিলে পৰিয়ালটোক, ৩ বছৰ ধৰি এঘৰীয়া হৈ আছে পৰিয়ালটো, ঘটনাটোক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি
সামাজিক সংকীৰ্ণতা! ব্ৰইলাৰ ফাৰ্ম (Broiler Farming) খোলাৰ বাবেই সমাজে তিনি বছৰ ধৰি এঘৰীয়া কৰি ৰাখিলে এটি পৰিয়ালক। নগাঁৱৰ (Nagaon) তুলসীমুখ ...
Read more