সাৱধান হওক, সতৰ্ক হওক! প্ৰতিশোধ ল’বলৈ এজন কৰ্মচাৰীয়ে মালিকৰ পত্নীক নৃশংসভাবে ডিঙি কাটি কৰিলে হত্যা (Murder); দোকানৰ টকা চুৰি কৰাৰ বাবে মালিকে কৰ্মচাৰীজনক কৰিছিল বৰ্খাস্ত, তাৰ পিছৰ পৰিণতি এয়া…
মহালয়াৰ আনন্দৰ মাজতেই নগাঁৱত (Nagaon) নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Murder Case) ঘটনা। নিজ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে হত্যা কৰিলে ...
Read more