মনত আছেনে আশ্বিকুলৰ কথা? সেই আশ্বিকুল আজি হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে; শোকত ভাগি পৰিছে পৰিয়াল, কাৰণ- আশ্বিকুল নাই, বটদ্ৰৱা থানা জ্বলাবলৈ উচটনি দিয়া আশ্বিকুলে পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ বাহনৰ খুন্দাত হেৰুৱাইছিল প্ৰাণ
মনত আছেনে আশ্বিকুলৰ কথা? সেই আশ্বিকুল আজি হায়াৰ ছেকেণ্ডাৰীৰ (HS Result) ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। কিন্তু আশ্বিকুল নাই। আজি ঘোষিত ...
Read more




































