ৰুষ্ট প্ৰকৃতিৰ নিষ্ঠুৰ ৰূপ! মুষলধাৰ বৰষুণৰ ফলত চলন্ত অটোৰ ওপৰতে উভালি পৰে প্ৰকাণ্ড গছ; থিতাতে কৰুণ মৃত্যুক সাৱটিলে অটো চালকজনে
ৰাজ্যত এতিয়া দিনে-নিশাই হৈ আছে প্ৰৱল বৰষুণ (Rainfall)। এই মুষলধাৰ বৰষুণৰ বাবে ক'ৰবাত হৈছে ভূমিস্খলন, ক'ৰবাত হৈছে কৃত্ৰিম বানপানী। মুঠতে ...
Read more