আচৰিত ঘটনা! সামান্য মাছৰ তৰকাৰীক লৈ ২ ভাতৃৰ কাজিয়া; সৰু ভায়েকে কুঠাৰেৰে ঘপিয়ালে ডাঙৰ ভায়েকক, পুত্ৰক ৰক্তাক্ত দেখি মৃত্যুক সাৱটিলে পিতৃয়ে
তৰকাৰীক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাজত কাজিয়া (2 Brothers Clash)। সৰু ভাতৃ হেমন্তই কুঠাৰেৰে আঘাত কৰিলে জ্যেষ্ঠ ভাতৃ মহন্তক। বুধবাৰে ...
Read more