পুলৱামাত সন্ত্ৰাসবাদী-সুৰক্ষাকৰ্মীৰ সংঘৰ্ষ; ৫ সন্ত্ৰাসবাদী নিহত, এজন জোৱান শ্বহীদ
জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সুৰক্ষা কৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত লস্কৰ-এ-তৈয়বাৰ ৪ সন্ত্ৰাসবাদীসহ ৫ সন্ত্ৰাসবাদী নিহত। এই সময়ছোৱাত সেনাৰ এজন ...
Read more