চূড়ান্ত অপমান অসমীয়াৰ স্বাভিমানক; ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জাপি-শৰাই ভাঙি চুৰমাৰ কৰিলে
অসমীয়াৰ স্বাভিমান, সংস্কৃতিৰ প্ৰতীক শৰাই, জাপি আদিক চূড়ান্ত অপমান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। এই ঘটনা সংঘটিত হৈছে চামগুৰিৰ (Samaguri) পক্ষীতীৰ্থ ...
Read more