অৱশেষত আৰক্ষীৰ জালত লম্পট শুভজিত গগৈ; ৰাইজৰ সন্মুখতে পত্নীক ‘উলংগ’ কৰি ৰাজপথত প্ৰহাৰ কৰাৰ লগতে চোঁচৰাই-চোঁচৰাই টানি লৈ গৈছিল স্বামী শুভজিতে, ভিডিঅ’ হৈ পৰিছিল ভাইৰেল
অৱশেষত ৰঙাঘৰৰ আলহী হ'ল শুভজিত গগৈ। গোলাঘাটৰ (Golaghat) বৰপথাৰ (Barpathar) থানা অন্তৰ্গত সোণালী পথাৰত পত্নীক 'উলংগ' (Naked) কৰি অকথ্য নিৰ্যাতন ...
Read more