পিতৃৰ নামত কলংক! পত্নীয়ে ‘মৃত’ সন্তান জন্ম দিয়া বুলি সকলোকে মিছা কথা কৈছিল; তাৰ পিছত পত্নীৰ অজ্ঞাতে স্বামীয়ে সেই সদ্যোজাত কন্যা সন্তানটিক ৬ হাজাৰ টকাত বিক্ৰী কৰিছিল এজন পুৰোহিতৰ ওচৰত, এতিয়া পিতৃ আৰু পুৰোহিতৰ ঠিকনা জেল…
পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হ'ল ৰাজ্যত (Assam)। চৰকাৰী হাস্পতালত (Govt Hospital) পত্নীয়ে ‘মৃত’ সন্তান জন্ম দিয়া ...
Read more